প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 17 AUG 2026 3:11PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ তৰফৰ পৰা বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহত হোৱা লোকসকলৰ প্ৰতিগৰাকীকে ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ’ব বুলি  ঘোষণা কৰিছে।
 

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

"প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ তৰফৰ পৰা ২ লাখ টকাকৈ আৰু আহত হোৱা লোকসকলৰ প্ৰতিগৰাকীকে ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছে।”

***

MJPS/SS/PRK/DD


(ৰিলিজ আই ডি : 2300446) অতিথি কক্ষ : 29