ৰাষ্ট্ৰপতি সচিবালয়
জন্ম বাৰ্ষিকীত শ্ৰী ভি ভি গিৰিলৈ শ্ৰদ্ধাঞ্জলি জনালে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
পোষ্ট কৰা হৈছে:
10 AUG 2026 12:54PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১০ আগষ্ট, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ভি ভি গিৰিৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

****
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2297910)
অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam