প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে নেটফ্লিক্সৰ সহ- মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰাণ্ডোছে

प्रविष्टि तिथि: 05 AUG 2026 11:00PM by PIB Guwahati

আজি নেটফ্লিক্সৰ সহ- মুখ্য কাৰ্যবাহী বিষয়া  শ্ৰীমান টেড চাৰাণ্ডোছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতত গল্প কথনৰ এক চহকী পৰম্পৰা থকাৰ লগতে  প্ৰচুৰ  সৃষ্টিশীল প্ৰতিভা আছে। যাৰ সহায়ত কন্টেন্ট সৃষ্টিৰ বিশ্বজোৰা কেন্দ্ৰ হিচাপে আমাৰ দেশৰ স্থিতি শক্তিশালী কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

শ্ৰীমান টেড চাৰাণ্ডোছক লগ পাই আনন্দিত হৈছো। ভাৰতৰ সংবাদমাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিলো ।

ভাৰতৰ গল্প কথনৰ  এক চহকী পৰম্পৰা আৰু  প্ৰচুৰ সৃষ্টিশীল প্ৰতিভা আছে, যাৰ সহায় লৈ কন্টেন্ট সৃষ্টিৰ বিশ্বজোৰা  কেন্দ্ৰ হিচাপে আমাৰ দেশৰ  স্থিতি শক্তিশালী কৰিব পাৰি।

 

****

MJPS/SS/VJ/DM


(रिलीज़ आईडी: 2295317) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , Gujarati , Malayalam