প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ৰ ১৩৬সংখ্যক খণ্ডত দিয়া ভাষণৰ মূল বিষয়বোৰ ভাগ-বতৰা কৰে

प्रविष्टि तिथि: 26 JUL 2026 9:33PM by PIB Guwahati


ৰ ১৩৬ সংখ্যক খণ্ডত দিয়া ভাষণৰ মূল বিষয়বোৰ ভাগ-বতৰা কৰে।মন কি বাতশ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী


;এক্সৰ এলানি ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়


আমাৰ দেশখনক ৰক্ষা কৰা আৰু ইয়াক অধিক শক্তিশালী কৰা সকলোকে প্ৰণাম!“

#MannKiBaat”

 


ছত্তীশগড় আৰু ওড়িশাৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা হৈছে।, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, অভিযানৰ এটা সহজ বাৰ্তা হৈছে... ফলপ্ৰসূভাৱে পানীৰ সংৰক্ষণ কৰা। এই ক্ষেত্ৰত মধ্যপ্ৰদেশ ’বৰষুণ ধৰক“‘


#MannKiBaat”

 


তেতিয়া ই আনন্দ আৰু অধিক বৃদ্ধি কৰে!, কিন্তু যেতিয়া ই কোনো ঐতিহাসিক স্থানত ঘটে, কষ্টোপাৰ্জিত জয় সদায়ে বিশেষ“


লৰ্ডছত আমাৰ মহিলা ক্ৰিকেট দলটোৱে জয়লাভ কৰাৰ সময়ত ঠিক তেনেকুৱাই হৈছিল! দলটোক অভিনন্দন আৰু পৰৱৰ্তী প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ।


#MannKiBaat”

 


কেৰালামৰ এৰ্নাকুলামত ফুটবলক সংস্কৃতৰ সৈতে সুন্দৰভাৱে একত্ৰিত কৰাৰ এক অনন্য প্ৰচেষ্টা লোৱা হৈছে।‘


#MannKiBaat”

 


বিগত মাহটো বিজ্ঞান আৰু মহাকাশৰ বাবে অসাধাৰণ আছিল। বিক্ৰম-১ৰ সফলতাই সমগ্ৰ দেশৰ কল্পনাশক্তিক আকৰ্ষণ কৰিছে। একে সময়তে বিভিন্ন অলিম্পিয়াডত পোৱা সফলতাই নিশ্চিতভাৱে অধিক যুৱক-যুৱতীক বিজ্ঞানত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰেৰণা যোগাব।


#MannKiBaat”

 


জম্মু-কাশ্মীৰত ৱগুক পুনৰুজ্জীৱিত আৰু জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাক লৈ গৌৰৱান্বিত... মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকৰ ঘৰতো এনে এখন মেট থাকক।“


#MannKiBaat”

 


গুজৰাট আৰু উত্তৰ প্ৰদেশৰ লক্ষণীয় প্ৰচেষ্টাই প্ৰকৃতিৰ প্ৰতি আমাৰ গুৰুত্বৰ কথা প্ৰকাশ কৰিছে।


#MannKiBaat”

 


ৰোনাল্ডো লাইশ্ৰমৰ প্ৰচেষ্টাই দেখুৱাইছে যে সফলতা আৰু উপলব্ধিৰ মাজতো একোজন লোক সদায় তেওঁলোকৰ শিপাৰ সৈতে জড়িত হৈ থাকে।° ড


#MannKiBaat”

 


ক আৰু অধিক গতি প্ৰদান কৰোঁ।’ভোকেল ফৰ লোকেল‘যোৱা ১২ বছৰত ইয়াৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে। এই ক্ৰমবৰ্ধিত জনপ্ৰিয়তাই স্থানীয় উদ্যোগক শক্তিশালী কৰি তুলিছে আৰু অসংখ্য শিল্পীৰ বাবে সুযোগৰ সৃষ্টি কৰিছে। আগন্তুক উৎসৱৰ বতৰত আহক আমি অন্ততঃ এবিধ খাদীৰ সামগ্ৰী ক্ৰয় কৰি , খাদী এক উল্লেখযোগ্য পুনৰুত্থানৰ সাক্ষী হৈছে


#MannKiBaat”

 


আমাৰ সংগীত পৰম্পৰা কেনেদৰে কেইবাবছৰ ধৰি সজীৱ হৈ আছে সেই কথা প্ৰতিফলিত কৰা হৈছে। চোংপ্ৰেঙক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ শ্ৰী সূৰ্য কুমাৰ দেৱবৰ্মাজীয়ে কৰা কাম প্ৰশংসনীয়। আৰু“


#MannKiBaat”

 


উত্তৰপ্ৰদেশৰ বিজনোৰ জিলাৰ এটা আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে এনে এবিধ স্বদেশী হাৰ্বেল টী সৃষ্টি কৰিছে যি বহু মাতৃ-ভগ্নীৰ জীৱনত আত্মনিৰ্ভৰশীলতাৰ এক নতুন ভাৱৰ সূচনা কৰিছে। তেওঁলোকৰ ব্ৰেণ্ডটোৱে ইয়াৰ অনন্য ৰুচি আৰু গুণৰ বাবে কম সময়ৰ ভিতৰতে এক বিশেষ পৰিচয় লাভ কৰিছে।


#MannKiBaat”

 


ৰিইউজ আৰু ৰিচাইকেল (হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পুনৰ সংশোধন) কেৱল এটা শ্লোগান নহয়, বৰঞ্চ ই আজি জীৱনৰ এটা অংশ হৈ পৰিছে।, বিহাৰৰ সীতামৰ্হীত একক ব্যৱহাৰ্য প্লাষ্টিকৰ আৱৰ্জনাৰে আকৰ্ষণীয় আৰু দীৰ্ঘস্থায়ী বেঞ্চ নিৰ্মাণ কৰা হৈছে। ৱেষ্ট টু ৱেলথৰ (আৱৰ্জনাৰ পৰা সম্পদলৈ) এই অনন্য পদক্ষেপে দেখুৱাইছে যে ৰিডিউছ


#MannKiBaat”

 


তেওঁলোকে মোলৈ প্ৰেৰণ কৰা বাৰ্তাসমূহে ভগৱান গণেশৰ প্ৰতি তেওঁলোকৰ ভক্তিৰ লগতে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ সমৰ্পিত মনোভাবৰো প্ৰতিফলন ঘটায়। গণেশ উৎসৱৰ বাবে মাটিৰ মূৰ্তি নিৰ্মাণৰ বাবে মোৰ অনুৰোধৰ প্ৰতি দেশবাসীয়ে ইমান ইতিবাচক সঁহাৰি জনোৱাত মই অতিশয় আনন্দিত হৈছোঁ।


#MannKiBaat”

 

***********


MJPS/SS/ST/KD

 


(रिलीज़ आईडी: 2289782) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Malayalam