প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পৰীক্ষাৰ সংস্কাৰ সন্দৰ্ভত উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠনৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 JUL 2026 7:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী নন্দন নিলেকানীৰ নেতৃত্বত পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কীয় এখন উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠনৰ কথা ঘোষণা কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে:

"শ্ৰী নন্দন নিলেকানীৰ নেতৃত্বত পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কীয় এখন উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফৰ্চ গঠন কৰা হৈছে।

@NandanNilekani"

***

 

MJPS/SS/PRK/KD


(रिलीज़ आईडी: 2289720) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam