প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হিতকাৰী চিন্তা, শব্দ আৰু কাম-কাজৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 24 JUL 2026 7:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে, য'ত চিন্তা, শব্দ আৰু কৰ্মৰ অবিৰত অনুশীলনে জীৱনত এজনৰ চৰিত্ৰ আৰু দিশ কেনেদৰে গঠন কৰে তাৰ ওপৰত আলোকপাত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

এজন ব্যক্তিয়ে নিজৰ কৰ্ম, চিন্তা আৰু শব্দৰ জৰিয়তে যি নিৰন্তৰ অনুশীলন কৰে সি অৱশেষত তেওঁৰ ব্যক্তিত্বক আকাৰ দিয়ে আৰু সেই দিশলৈ আকৰ্ষণ কৰে; সেয়েহে এজন ব্যক্তিয়ে সদায় নিজৰ চিন্তা আৰু কথা বতৰাত কেৱল উপকাৰত অহা বিষয়বোৰকহে স্থান দিব লাগে।

***

MJPS/SS/PRK/HS


(रिलीज़ आईडी: 2288783) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Malayalam