প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্যক্তিগত আত্মা আৰু সাৰ্বজনীন চেতনাৰ মাজত গভীৰ মহাজাগতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম্ শ্বেয়াৰ

प्रविष्टि तिथि: 23 JUL 2026 7:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যক্তিগত আত্মা আৰু সাৰ্বজনীন চেতনাৰ মাজৰ গভীৰ মহাজাগতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषः सर्वानुभूः।

यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषः सर्वानुभूः॥"

সুবিশাল আকাশ বা মহাকাশৰ শক্তিশালী, চিৰন্তন বাস্তৱ আমাৰ নিজৰ আত্মাৰ মাজতো বিদ্যমান। সেয়েহে, কোৱা হয়ঃ ব্যক্তিগত সত্তা, প্ৰতিটো কণিকাত যি আছে, সেই সকলো বিশ্বব্ৰহ্মাণ্ডতো আছে।

***

MJPS/SS/PRK/NB


(रिलीज़ आईडी: 2288184) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Telugu , Kannada , Malayalam