ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতিৰক্ষা বঁটা প্ৰদান অনুষ্ঠান-২ত বিশিষ্ট সেৱা বঁটা প্ৰদান কৰে

प्रविष्टि तिथि: 29 JUN 2026 8:54PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৯জুন, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা বঁটা প্ৰদান অনুষ্ঠান-২ত বিশিষ্ট সেৱা বঁটা (অতি বিশিষ্ট সেৱা পদক, উত্তম যুদ্ধ সেৱা পদক, পৰম বিশিষ্ট সেৱা পদক আৰু সৰ্বোত্তম যুদ্ধ সেৱা পদক) প্ৰদান কৰে।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী।

বঁটা প্ৰাপকসকলৰ তালিকা চাবলৈ ইয়াত ক্লিক কৰক

 

***

MJPS/SS/PRK/MK


(रिलीज़ आईडी: 2279709) आगंतुक पटल : 26
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Telugu , Malayalam