মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : ছবিত ১৯ সংখ্যক এম আই এফ এফ ২০২৬ৰ সামৰণি অনুষ্ঠানৰ ৰেড কাৰ্পেটত শোভা বৰ্দ্ধন কৰে বহু বিশিষ্ট ব্যক্তিসকল
১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এম আই এফ এফ) ২০২৬ৰ সামৰণি অনুষ্ঠানৰ ৰেড কাৰ্পেটত চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও বিশিষ্ট তথা বিখ্যাত ব্যক্তিয়ে শোভা বৰ্দ্ধন কৰে।
এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত জিষ্ণু দেৱ বাৰ্মা, মহাৰাষ্ট্ৰ চৰকাৰৰ মাৰাঠী ভাষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীযুত কিৰণ কুলকাৰ্ণী আৰু এন এফ ডি চিৰ পৰিচালন সঞ্চালক প্ৰকাশ মাগদুম ডাঙৰীয়াই অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰ, অভিনেত্ৰী আইমী বৰুৱা, অভিনেত্ৰী শ্বীনা চোহান, ড° কিৰণ শান্তাৰাম আৰু প্ৰখ্যাত এনিমেটৰ-পৰিচালক ৰাইমুণ্ড ক্ৰুম উপস্থিত থাকে।

এমআইএফএফ ২০২৬ত চিনেমাৰ সপ্তাহজোৰা উদযাপনৰ গ্ৰেণ্ড ফিনালে গ্লেমাৰ, হাঁহি আৰু স্মৰণীয় মুহূৰ্তৰে উজলি উঠে।
১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে ৰেড কাৰ্পেটত মহাৰাষ্ট্ৰৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত জিষ্ণু দেৱ বাৰ্মা , মহাৰাষ্ট্ৰ চৰকাৰৰ মাৰাঠী ভাষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীযুত কিৰণ কুলকাৰ্ণী আৰু এন এফ ডি চিৰ পৰিচালন সঞ্চালক প্ৰকাশ মাগদুম ডাঙৰীয়া ।

১৯ সংখ্যক এম আই এফ এফৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে ৰেড কাৰ্পেটত চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰ আৰু এন এফ ডি চিৰ পৰিচালন সঞ্চালক প্ৰকাশ মাগডুম।

১৯ সংখ্যক এম আই এফ এফৰ সামৰণি অনুষ্ঠানৰ ৰেড কাৰ্পেটত ভৰি থলে অভিনেত্ৰী আইমী বৰুৱা।

এম আই এফ এফ ২০২৬ৰ সামৰণি অনুষ্ঠানৰ ৰেড কাৰ্পেটত কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ পুত্ৰ ড° কিৰণ শান্তাৰাম আৰু ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযানৰ কাৰিকৰী উপদেষ্টা উজ্জ্বল নিৰ্গুডকাৰ।
এম আই এফ এফৰ সামৰণি অনুষ্ঠানৰ ৰেড কাৰ্পেটত শোভা বৰ্দ্ধন কৰে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন'লজি (আই আই চি টি)ৰ মুখ্য কাৰ্যবাহী বিষয়া ড° বিশ্বাস দেওস্কৰে।

এম আই এফ এফ ২০২৬ৰ সামৰণি অনুষ্ঠানৰ ৰেড কাৰ্পেটত শোভা বঢ়াইছে অভিনেত্ৰী শ্বীনা চোহানে
এমআইএফএফ ২০২৬ৰ সামৰণি অনুষ্ঠানত ৰেড কাৰ্পেটত শোভা বঢ়াইছে পৰিচালক আৰু এনিমেটৰ, ৰাইমুণ্ড ক্ৰুমে।

এম আই এফ এফ ২০২৬ৰ সামৰণি অনুষ্ঠানত ৰেড কাৰ্পেটত শোভা বঢ়াইছে অভিনেত্ৰী শ্বীনা চোহানে

এমআইএফএফ ২০২৬ৰ সামৰণি অনুষ্ঠানত ৰেড কাৰ্পেটত শোভা বঢ়াইছে পৰিচালক আৰু এনিমেটৰ ৰাইমুণ্ড ক্ৰুমে।
* * *
PIB Team MIFF | Mahesh Kumar/Robin Singh/Darshana Rane/DM
रिलीज़ आईडी:
2278436
| Visitor Counter:
38