প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ঐক্য আৰু পাৰস্পৰিক সম্প্ৰীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত সুভাষিতম ভাগ-বতৰা কৰে

प्रविष्टि तिथि: 26 JUN 2026 12:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংস্কৃত সুভাষিতম ভাগ-বতৰা কৰি সদায় ঐক্য আৰু পাৰস্পৰিক সম্প্ৰীতিৰে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা সংস্কৃত শ্লোক ভাগ-বতৰা কৰি কয় :

"সংগচ্ছধ্বং সংৱদধ্বং

সং ৱো মনাংসি জানতাম্।

দেৱা ভাগং যথা পূৰ্ৱে

সঞ্জানানা উপাসতে॥"

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে :

"সংগচ্ছধ্বং সংৱদধ্বং

সং ৱো মনাংসি জানতাম্

দেৱা ভাগং যথা পূৰ্ৱে

সঞ্জানানা উপাসতে॥"

****

 

MJPS/SS/VJ/KD


(रिलीज़ आईडी: 2278156) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada