প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আইএনএছ আগ্ৰয়, আইএনএছ দুনাগিৰি আৰু আইএনএছ সংশোধকৰ আনুষ্ঠানিক কাৰ্যক্ষমকৰণ অনুষ্ঠানত নিজৰ ভাষণৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 21 JUN 2026 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ কলকাতাত আই এন এছ আগ্ৰয়, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকৰ আনুষ্ঠানিক কাৰ্যক্ষমকৰণ অনুষ্ঠানত নিজৰ ভাষণৰ আভাস শ্বেয়াৰ কৰিছে।

এক্সত এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;

 “এটা দেশৰ সামুদ্ৰিক শক্তি যিমানেই শক্তিশালী হ’ব সিমানেই ইয়াৰ অৰ্থনৈতিক আৰু কৌশলগত প্ৰভাৱ শক্তিশালী হ’ব। ভাৰতে ইয়াৰ বাবে নিজকে প্ৰস্তুত কৰি আছে।”

ভাৰতৰ শক্তি ইয়াৰ আত্মনিৰ্ভৰশীলতাত নিহিত হৈ আছে আৰু যিদিনা আমি নিৰ্মাতা হ’ম, সেইদিনা আমি নিৰ্ণায়কো হ’ম।”

 “ভাৰতে আজি নিজৰ সমগ্ৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰ শক্তিশালী কৰি তুলিছে। ইয়াৰ ফলত বাণিজ্যৰ ব্যয় হ্ৰাস পাইছে, উদ্যোগসমূহে নতুন গতি লাভ কৰিছে, উপকূলীয় অঞ্চলত নতুন নতুন সুযোগৰ সৃষ্টি হৈছে।”

 “২০১৪ চনৰ পৰা আমি নীতি পৰ্যায়ৰ বৃহৎ সংস্কাৰ হাতত লৈছো।ফলত প্ৰতিৰক্ষা উৎপাদনৰ দ্ৰুত বৃদ্ধিৰ সমান্তৰালভাৱে আমাৰ প্ৰতিৰক্ষা ৰপ্তানিও অভূতপূৰ্ব গতিৰে বৃদ্ধি পাইছে।”

****

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2277133) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Telugu , Kannada , Malayalam