প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজা পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
प्रविष्टि तिथि:
15 JUN 2026 3:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজা পৰ্ব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
" আনন্দময় ৰাজা পৰ্ব উপলক্ষে আন্তৰিক শুভেচ্ছা জনালোঁ। এই বিশেষ উৎসৱে সমাজত সুখ আৰু সম্প্ৰীতিৰ মনোভাৱ গভীৰ কৰক। সকলোৱে সমৃদ্ধি আৰু সুস্বাস্থ্যৰে আশীৰ্বাদ লাভ কৰক"
***
MJPS/SS/ST/DD
(रिलीज़ आईडी: 2272974)
आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam