প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰিৱৰ্তনশীল যাত্ৰাৰ ওপৰত আলোকপাত কৰা কেন্দ্ৰীয় মন্ত্ৰীৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে য'ত সংস্কাৰ আৰু ফলপ্ৰসূ সেৱা প্ৰদান হৈছে প্ৰশাসনৰ কেন্দ্ৰবিন্দু
प्रविष्टि तिथि:
10 JUN 2026 9:58PM by PIB Guwahati
সংস্কাৰ আৰু ফলপ্ৰসূ সেৱা প্ৰদান শাসন ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত এক পৰিৱৰ্তনশীল যাত্ৰাৰ ওপৰত আলোকপাত কৰা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰৱন্ধটোত এক পৰিৱৰ্তনশীল যাত্ৰাৰ বিষয়ে আলোচনা কৰিছে য’ত সংস্কাৰ আৰু ফলপ্ৰসূ সেৱা প্ৰদান শাসন ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ আছে। কল্যাণ, বিত্তীয় অন্তৰ্ভুক্তি, মহিলা নেতৃত্বাধীন উন্নয়ন, উদ্যমশীলতা আৰু আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি ইয়াত কোৱা হৈছে যে এই জনসাধাৰণ-প্ৰথম দৃষ্টিভংগীয়ে আকাংক্ষা শক্তিশালী কৰিছে, উন্নয়ন ত্বৰান্বিত কৰিছে আৰু বিকশিত ভাৰতৰ দিশত ভাৰতৰ যাত্ৰাত নতুন বিশ্বাস স্থাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal ৰ এই প্ৰবন্ধটোত এক পৰিৱৰ্তনশীল যাত্ৰাৰ কথা কোৱা হৈছে য’ত সংস্কাৰ আৰু ফলপ্ৰসূ সেৱা প্ৰদান শাসন ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ আছে। কল্যাণ, বিত্তীয় অন্তৰ্ভুক্তি, মহিলা নেতৃত্বাধীন উন্নয়ন, উদ্যমশীলতা আৰু আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কৈছে যে এই জনসাধাৰণ-প্ৰথম দৃষ্টিভংগীয়ে আকাংক্ষা শক্তিশালী কৰিছে, উন্নয়ন ত্বৰান্বিত কৰিছে আৰু বিকশিত ভাৰতৰ দিশত ভাৰতৰ যাত্ৰাত নতুন বিশ্বাস স্থাপন কৰিছে।"
***
MJPS/SS/PRK/HS
(रिलीज़ आईडी: 2271665)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam