প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঈদ-উল-আদহা উপলক্ষে প্ৰধানমন্ত্ৰীৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন
পোষ্ট কৰা হৈছে:
28 MAY 2026 9:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-আদহা উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
‘ঈদ-উল-আদহাৰ শুভেচ্ছা! এই উপলক্ষে আমাৰ সমাজত ভাতৃত্ববোধ আৰু আনন্দৰ মনোভাৱ গভীৰ হওক। সকলোৰে সফলতা আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।’
***
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2266271)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam