প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
26 MAY 2026 5:20PM by PIB Guwahati
আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
“ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”
************
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2265705)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Assamese
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam