প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ডছ ভ্ৰমণ
পোষ্ট কৰা হৈছে:
17 MAY 2026 2:47AM by PIB Guwahati
|
ক্ৰমিক নং
|
দস্তাবেজসমূহ
|
ক্ষেত্ৰসমূহ
|
|
১.
|
ভাৰত-নেদাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
|
ব্যাপক নথিপত্ৰ
|
|
২.
|
চোলসকলৰ তামৰ প্লেটসমূহৰ প্ৰত্যৰ্পণ
|
সংস্কৃতি
|
|
৩.
|
ভাৰত গণৰাজ্য চৰকাৰ আৰু নেদাৰলেণ্ডছ চৰকাৰৰ মাজত আহ-যাহ আৰু প্ৰব্ৰজন সম্পৰ্কীয় বুজাবুজিৰ চুক্তিপত্ৰ
|
প্ৰব্ৰজন আৰু আহ-যাহ
|
|
৪.
|
ধোলেৰাত ছেমিকণ্ডাক্টৰ ফেবক সহযোগ কৰিবলৈ টাটা ইলেক্ট্ৰনিকছ আৰু এএছএমএলৰ মাজত বুজাবুজি চুক্তি
|
ছেমিকণ্ডাক্টৰ
|
|
৫.
|
গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত গণৰাজ্যৰ খনি মন্ত্ৰালয় আৰু নেদাৰলেণ্ডছ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি
|
গুৰুত্বপূৰ্ণ খনিজ
|
|
৬.
|
গুজৰাটৰ কল্পাচাৰ প্ৰকল্প সন্দৰ্ভত কাৰিকৰী সহযোগিতাৰ বাবে ভাৰত গণৰাজ্যৰ জল শক্তি মন্ত্ৰালয় আৰু নেদাৰলেণ্ডৰ আন্তঃগাঁথনি আৰু জল ব্যৱস্থাপনা মন্ত্ৰালয়ৰ মাজত আগ্ৰহ পত্ৰ
|
পানী
|
|
৭.
|
সেউজ হাইড্ৰ’জেন সহযোগিতাৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰত-নেদাৰলেণ্ডৰ ৰূপৰেখা
|
নৱীকৰণযোগ্য শক্তি
|
|
৮.
|
নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে পুনৰ নৱীকৰণ কৰা বুজাবুজি চুক্তিৰ অধীনত এক যুটীয়া কৰ্মগোট গঠন
|
|
৯.
|
শক্তি খণ্ড আৰু শক্তি পৰিবৰ্তনৰ বাবে প্ৰকল্পসমূহত সহযোগিতাৰ বাবে নিটি আয়োগ আৰু নেদাৰলেণ্ডছৰ যুটীয়া বিবৃতি
|
|
১০.
|
পশ্চিম ত্ৰিপুৰাত ফুলৰ বাবে ইণ্ডো-ডাচ্চ চেণ্টাৰ অব এক্সেলেন্স স্থাপন
|
কৃষি/পশুপালন
|
|
১১.
|
বেংগালুৰুৰ পশু পালনৰ উৎকৃষ্টতা কেন্দ্ৰত (চিইএএইচ) দুগ্ধজাত সামগ্ৰীৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত ইণ্ডো-ডাচ্চ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন
|
|
১২.
|
ভাৰত চৰকাৰৰ মীনপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয় আৰু নেদাৰলেণ্ডছৰ কৃষি, মীনপালন, খাদ্য সুৰক্ষা আৰু প্ৰকৃতি মন্ত্ৰালয়ৰ মাজত পশুপালন আৰু দুগ্ধ উৎপাদনত সহযোগিতা সন্দৰ্ভত যৌথ ঘোষণা পত্ৰ
|
|
১৩.
|
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ), ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ স্বাস্থ্য গৱেষণা বিভাগ আৰু নেচনেল ইনষ্টিটিউট ফৰ পাব্লিক হেলথ এণ্ড এনভাইৰনমেণ্ট (আৰআইভিএম)ৰ মাজত স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা/যুটীয়া প্ৰচেষ্টা সন্দৰ্ভত অভিপ্ৰায়পত্ৰ
|
স্বাস্থ্য
|
|
১৪.
|
ভাৰত গণৰাজ্য চৰকাৰ আৰু নেদাৰলেণ্ডছ চৰকাৰৰ মাজত শুল্ক সম্পৰ্কীয় বিষয়ত পাৰস্পৰিক প্ৰশাসনিক সহায়তাৰ চুক্তি
|
শুল্ক
|
|
১৫.
|
উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত চৰকাৰ আৰু নেদাৰলেণ্ডছ চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ
|
শিক্ষা/সংস্কৃতি
|
|
১৬.
|
ভাৰতৰ নালন্দা বিশ্ববিদ্যালয় আৰু নেদাৰলেণ্ডছৰ গ্ৰোনিংজেন বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ
|
|
১৭.
|
লেইডেন বিশ্ববিদ্যালয় পুথিভঁৰাল আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ
|
****
MJPS/SS/ST/HS
(ৰিলিজ আই ডি : 2262809)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam