প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জ্ঞানৰ জৰিয়তে মহান লক্ষ্যত উপনীত হ’ব পাৰি বুলি গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
14 MAY 2026 3:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে জ্ঞান হৈছে জীৱনৰ এনে এক মূলধন, যাৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ লক্ষ্যবোৰতো উপনীত হ’ব পাৰি। শ্ৰী মোদীয়ে মন্তব্য কৰে যে জ্ঞানে আমাক অজ্ঞতাৰ অন্ধকাৰৰ পৰা বাহিৰ কৰি সফলতা আৰু আত্মবিশ্বাসৰ দিশে লৈ যায়।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-
‘विद्वान् प्रशस्यते लोके
विद्वान् सर्वत्र गौरवम्।
विद्यया लभते सर्वं
विद्या सर्वत्र पूज्यते॥’
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘বিদ্যা হৈছে জীৱনৰ মূলধন, যাৰ দ্বাৰা আটাইতকৈ ডাঙৰ লক্ষ্যত উপনীত হ’ব পাৰি। বিদ্যাই আমাক অজ্ঞতাৰ অন্ধকাৰৰ পৰা উলিয়াই আনি সফলতা আৰু আত্মবিশ্বাসৰ দিশে লৈ যায়।
विद्वान् प्रशस्यते लोके
विद्वान् सर्वत्र गौरवम्।
विद्यया लभते सर्वं
विद्या सर्वत्र पूज्यते॥’
MJPS/SS/VJ/HS
(ৰিলিজ আই ডি : 2261024)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam