প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 MAY 2026 9:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী পৱন কল্যাণৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে কুশল-মংগল কামনা কৰে।
এক্সত এই ভ্ৰমণৰ সবিশেষ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
‘অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ বাসগৃহলৈ গৈ তেওঁৰ লগতে তেওঁৰ পৰিয়ালকো লগ পালোঁ। পৱন কল্যাণৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ কুশল-মংগল কামনা কৰিলোঁ।
@PawanKalyan”
***
MJPS/SS/ST/KD
(रिलीज़ आईडी: 2259675)
आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam