প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিলনাডুৰ বীৰুধুনগৰ জিলাত সংঘটিত দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 APR 2026 6:46PM by PIB Guwahati

শ্ৰী মোদীয়ে কয় যে তামিলনাডুৰ বীৰুধুনগৰ জিলাত সংঘটিত দুৰ্ঘটনা গভীৰভাৱে হৃদয়বিদাৰক। তেওঁ আপোনজনক হেৰুওৱা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত লিখিছে :

"তামিলনাডুৰ বীৰুধুনগৰ জিলাত সংঘটিত দুৰ্ঘটনাটো গভীৰভাৱে হৃদয়বিদাৰক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ : প্ৰধানমন্ত্ৰী @narendramodi।"


 

**********************
 

 

 

 

MJPS/SS/ST/KD


(ৰিলিজ আই ডি : 2253574) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati