প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আশা ভোছলেজীক চিকিৎসালয়ত ভৰ্তি কৰাক লৈ গভীৰ উদ্বেগ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সুস্বাস্থ্য আৰু আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে
পোষ্ট কৰা হৈছে:
12 APR 2026 10:56AM by PIB Guwahati
আশা ভোছলেজীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পাৰি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে :
"আশা ভোছলেজীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি শুনি গভীৰভাৱে উদ্বিগ্ন। তেওঁৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো।"
***
MJPS/PRK/KD
(ৰিলিজ আই ডি : 2251286)
অতিথি কক্ষ : 55
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam