প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
পোষ্ট কৰা হৈছে:
08 APR 2026 6:41PM by PIB Guwahati
উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল গুৰমিত সিঙে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
‘উত্তৰাখণ্ডৰ ৰাজ্যপাল, @LtGenGurmit-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।’
***
MJPS/PRK/MK
(ৰিলিজ আই ডি : 2250309)
অতিথি কক্ষ : 9