গৃহ মন্ত্ৰালয়
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
সুস্বাস্থ্য হৈছে এটা পচন্দ যিটো আমি সঠিক যত্নৰ সৈতে বৰ্তাই ৰাখিব পাৰোঁ
এই উপলক্ষে আমি সকলোৱে উপযুক্ত যত্ন, স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে এক সুস্থ আৰু শক্তিশালী সমাজ গঢ়ি তোলাৰ বাবে নিজকে উৎসৰ্গা কৰো আহক
পোষ্ট কৰা হৈছে:
07 APR 2026 11:56AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
এক্স প্লেটফৰ্মত এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে শুভেচ্ছা জনাইছো। সুস্বাস্থ্য হৈছে এটা পচন্দ যিটো আমি সঠিক যত্নৰ সৈতে বৰ্তাই ৰাখিব পাৰোঁ। এই উপলক্ষে আমি সকলোৱে উপযুক্ত যত্ন, স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে এক সুস্থ আৰু শক্তিশালী সমাজ গঢ়ি তোলাৰ বাবে নিজকে উৎসৰ্গা কৰো আহক।"
*****
RK / RR / PS/HS
(ৰিলিজ আই ডি : 2249577)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada