প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ ভগৱান হনুমানক প্ৰাৰ্থনা

পোষ্ট কৰা হৈছে: 02 APR 2026 10:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভগৱান হনুমান জী হৈছে ভক্তি, শক্তি আৰু অটল সমৰ্পণৰ অতুলনীয় প্ৰতীক। শ্ৰী মোদীয়ে কয়, ‘শক্তিশালীজনৰ অনুগ্ৰহে তেওঁৰ সকলো ভক্তৰ মাজত সাহস আৰু ইতিবাচকতা কঢ়িয়াই আনক।’

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰে-

“मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥”

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

‘ভগৱান হনুমান ভক্তি, শক্তি আৰু অটল সমৰ্পণৰ এক অনন্য প্ৰতীক। মহাবলীৰ অনুগ্ৰহে তেওঁৰ সকলো ভক্তৰ মাজত সাহস আৰু ইতিবাচকতা কঢ়িয়াই আনক’

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥”

 

***

MJPS/VJ/MK


(ৰিলিজ আই ডি : 2248192) অতিথি কক্ষ : 13