গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দ্বিতীয় শিখ গুৰু শ্ৰী অংগদ দেৱজীলৈ জ্যোতি-জ্যোত দিৱস উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

পবিত্ৰ গুৰমুখী লিপি বিকশিত কৰি গুৰু অংগদ দেৱজীয়ে গুৰু নানক দেৱজীৰ শিক্ষা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল

লাংগাৰ আৰু সঙ্গত পৰম্পৰাক শক্তিশালী কৰি তেওঁ সেৱা, সমতা, ভাতৃত্ববোধৰ বাৰ্তা বিয়পাইছিল

তেওঁৰ আদৰ্শই আজিও সমাজখনক পথ প্ৰদৰ্শন কৰি আহিছে

পোষ্ট কৰা হৈছে: 22 MAR 2026 10:14AM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দ্বিতীয় শিখ গুৰু  শ্ৰী অংগদ দেৱজীলৈ জ্যোতি-জ্যোত দিৱস উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্স  প্লেটফৰ্মত দিয়া  এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পবিত্ৰ গুৰমুখী লিপি বিকশিত কৰি গুৰু অংগদ দেৱজীয়ে গুৰু নানক দেৱজীৰ শিক্ষা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিলে। তেওঁ কয় যে লাংগাৰ আৰু সঙ্গত পৰম্পৰাক শক্তিশালী কৰি তেওঁ সেৱা, সমতা, ভাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰিছিল। শ্ৰী শ্বাহে কয় যে তেওঁৰ আদৰ্শই আজিও সমাজক পথ প্ৰদৰ্শন কৰি আহিছে।

***

RK / RR / PS/DM


(ৰিলিজ আই ডি : 2243509) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Kannada