প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ আধ্যাত্মিক গুৰুত্ব আৰু মা অম্বেৰ ভক্তিৰ ঐশ্বৰিক প্ৰভাৱ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 20 MAR 2026 9:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ ওপৰত তেওঁৰ অনুভৱ শ্বেয়াৰ কৰি মা অম্বেৰ প্ৰতি ভক্তিয়ে কেনেদৰে মন অপৰিসীম শান্তি আৰু শক্তিৰে ভৰাই তোলে তাৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে মা অম্বেৰ প্ৰতি উৎসৰ্গিত এটা ভক্তিমূলক স্তুতিগীত শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ

"নৱৰাত্ৰীত মা অম্বেৰ প্ৰতি ভক্তিৰে ভৰা পৰিৱেশে মন অসীম শান্তি আৰু শক্তিৰে ভৰাই তোলে। মাতৃৰ প্ৰতি সমৰ্পিত শ্ৰদ্ধা আৰু বিশ্বাসৰ প্ৰতিধ্বনিয়ে হৃদয় জোকাৰি যায়।"

Narendra Modi (@narendramodi) on X

নৱৰাত্ৰীত মা অম্বেৰ প্ৰতি ভক্তিৰে ভৰা পৰিৱেশে মন অসীম শান্তি আৰু শক্তিৰে ভৰাই তোলে। মাতৃৰ প্ৰতি সমৰ্পিত শ্ৰদ্ধা আৰু বিশ্বাসৰ প্ৰতিধ্বনিয়ে হৃদয় জোকাৰি যায়।https://t.co/P5xXegiGIH

https://iframely.net/pj?url=https%3A%2F%2Fabs.twimg.com%2Ffavicons%2Ftwitter.3.ico&key=4d58ce2be6d4e7d670dd23aecac8ed0c99fe3810&cache=temp-raw&background=%23fff https://iframely.net/pj?url=https%3A%2F%2Fabs.twimg.com%2Ffavicons%2Ftwitter.3.ico&key=4d58ce2be6d4e7d670dd23aecac8ed0c99fe3810&cache=temp-raw&background=%23fff

X (formerly Twitter)

 

****

MJPS/PRK/HS


(ৰিলিজ আই ডি : 2242860) অতিথি কক্ষ : 9