গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

এগৰাকী নিষ্ঠাবান ৰাষ্ট্ৰীয়তাবাদী আৰু অন্তৰৰ পৰা সৰল ব্যক্তি পাৰিকাৰ জীৰ জীৱন আৰু দেশলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব

জনসাধাৰণৰ নেতা হিচাপে তেওঁৰ উত্তৰাধিকাৰে প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব

পোষ্ট কৰা হৈছে: 17 MAR 2026 12:54PM by PIB Guwahati

প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পৰিকাৰৰ পুণ্য তিথিত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়- ‘মনোহৰ পাৰিকাৰ জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এগৰাকী নিষ্ঠাবান ৰাষ্ট্ৰীয়তাবাদী আৰু অন্তৰৰ পৰা সৰল ব্যক্তি পাৰিকাৰ জীৰ জীৱন আৰু ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব। জনসাধাৰণৰ নেতা হিচাপে তেওঁৰ উত্তৰাধিকাৰে প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।’

 

***

RK/PR/PS/HS


(ৰিলিজ আই ডি : 2241140) অতিথি কক্ষ : 11