প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উৰিষ্যাৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 16 MAR 2026 12:46PM by PIB Guwahati

উৰিষ্যাৰ ৰাজ্যপাল ড০ হৰি বাবু কম্ভমপতিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰে;

"উৰিষ্যাৰ ৰাজ্যপাল, @DrHariBabuK প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে @narendramodi.”

@GovernorOdisha

***

MJPS/VJ/DD


(रिलीज़ आईडी: 2240571) आगंतुक पटल : 81
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam