প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী বিজু পাটনায়ক জীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 05 MAR 2026 11:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বিজু পাটনায়কক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ওড়িশাৰ প্ৰগতিৰ দিশত তেওঁৰ উছাহৰ বাবে তেওঁক স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘শ্ৰী বিজু পাটনায়কজীক আজি তেওঁৰ জয়ন্তী উপলক্ষে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু ওড়িশাৰ প্ৰগতি আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ উছাহৰ বিষয়ে স্মৰণ কৰিছো।’

 

****

MJPS/ST/MK


(ৰিলিজ আই ডি : 2235444) অতিথি কক্ষ : 61