প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হোলীৰ শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 04 MAR 2026 10:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে তেওঁক  হোলীৰ শুভেচ্ছা জনোৱাৰ  বাবে ধন্যবাদ জ্ঞাপন কৰে ।

হোলীৰ শুভেচ্ছা জনাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে  এক্সত দিয়া  পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰে;

“বহুত ধন্যবাদ বন্ধু!

হোলী উপলক্ষ্যে আপোনাৰ আৰু ফ্ৰান্সৰ জনসাধাৰণৰ সুখ তথা সমৃদ্ধি কামনা কৰিলোঁ।”

 

***

MJPS/ST/DM


(रिलीज़ आईडी: 2235428) आगंतुक पटल : 76
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam