প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অসমৰ ডিব্ৰুগড়ত উত্তৰ-পূবৰ প্ৰথম জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ (ELF) উদ্বোধন কৰে

পোষ্ট কৰা হৈছে: 14 FEB 2026 7:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ত উত্তৰ-পূবৰ প্ৰথম জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ (ELF) উদ্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি লাভ কৰাটো অপৰিসীম গৌৰৱৰ বিষয় আৰু কৌশলগত দৃষ্টিকোণৰ পৰা তথা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই সুবিধাৰ গুৰুত্ব অতিশয় বেছি।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

"উত্তৰ-পূৰ্বাঞ্চলে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি লাভ কৰাটো অপৰিসীম গৌৰৱৰ বিষয়। কৌশলগত দৃষ্টিকোণৰ পৰা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই সুবিধাৰ গুৰুত্ব অতিশয় বেছি।"

 

***

MJPS/VJ/SB


(ৰিলিজ আই ডি : 2228222) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Malayalam