প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
01 FEB 2026 11:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো পদবীধাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আমাৰ উপকূলত শক্তিশালী ঢাল হিচাপে থাকি নিজৰ নাম উজলাইছে আৰু সামুদ্ৰিক সুৰক্ষা, দুৰ্যোগৰ ক্ষেত্ৰত দ্ৰুত সঁহাৰি তথা আমাৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা প্ৰশংসনীয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"প্ৰতিষ্ঠা দিৱসত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো পদবীধাৰীলৈ অভিনন্দন। তেওঁলোকে আমাৰ উপকূলত শক্তিশালী ঢাল হিচাপে থিয় দি নিজৰ নাম উজলাইছে। সামুদ্ৰিক সুৰক্ষা, দুৰ্যোগৰ ক্ষেত্ৰত দ্ৰুত সঁহাৰি তথা আমাৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা প্ৰশংসনীয়।"
@IndiaCoastGuard
****
MJPS/VJ
(ৰিলিজ আই ডি : 2221433)
অতিথি কক্ষ : 33
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam