প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা সুনেত্ৰ পাৱাৰজীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
31 JAN 2026 5:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা সুনেত্ৰ পাৱাৰজীক অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয়- “মই নিশ্চিত যে তেওঁ ৰাজ্যবাসীৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰিব আৰু প্ৰয়াত অজিতদাদা পাৱাৰৰ দৃষ্টিভংগী পূৰণ কৰিব”।
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে :
"মহাৰাষ্ট্ৰৰ প্ৰথম মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আৰম্ভ কৰা সুনেত্ৰ পাৱাৰজীলৈ শুভেচ্ছে জনালো। ৰাজ্যবাসীৰ কল্যাণৰ বাবে তেওঁ অক্লান্তভাৱে কাম কৰিব আৰু প্ৰয়াত অজিতদাদা পাৱাৰৰ সপোনক আগুৱাই লৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস।"
***
MJPS/VJ/KD
(ৰিলিজ আই ডি : 2221322)
অতিথি কক্ষ : 40
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam