প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী এইচ ডি দেৱে গৌড়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
प्रविष्टि तिथि:
29 JAN 2026 3:50PM by PIB Guwahati
শ্ৰী এইচ ডি দেৱে গৌড়া ডাঙৰীয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে মূল বিষয়সমূহৰ ওপৰত শ্ৰী এইচ ডি দেৱে গৌড়া ডাঙৰীয়াৰ অন্তৰ্দৃষ্টি উল্লেখযোগ্য তথা ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ আগ্ৰহ সমানেই প্ৰশংসনীয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে-
"শ্ৰী এইচ ডি দেৱে গৌড়া ডাঙৰীয়াৰ সৈতে এক সুন্দৰ বৈঠক সম্পন্ন হয়। গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তেওঁৰ অন্তৰ্দৃষ্টি উল্লেখযোগ্য। ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ আগ্ৰহো সমানেই প্ৰশংসনীয় ।"@H_D_Devegowda
“ಶ್ರೀ ಹೆಚ್.ಡಿ. ದೇವೇಗೌಡ ಅವರೊಂದಿಗೆ ಸಂವಾದ ನಡೆಸಲಾಯಿತು. ಪ್ರಮುಖ ವಿಷಯಗಳ ಕುರಿತು ಅವರ ಅರ್ಥಪೂರ್ಣ ವಿಚಾರಗಳು ಗಮನಾರ್ಹವಾಗಿವೆ. ಭಾರತದ ಅಭಿವೃದ್ಧಿಯ ಬಗ್ಗೆ ಅವರಿಗಿರುವ ಉತ್ಸಾಹವು ಅಷ್ಟೇ ಪ್ರಶಂಸನೀಯವಾಗಿದೆ.” @H_D_Devegowda
*********
MJPS/VJ/DD
(रिलीज़ आईडी: 2220247)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam