প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ বাৰামতীৰ বিমান দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 28 JAN 2026 11:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ বাৰামতী জিলাত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত কেইবাজনো লোকৰ প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। ‘দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। গভীৰ শোকৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখ সহিব পৰাকৈ শক্তি আৰু সাহসৰ বাবে প্ৰাৰ্থনা জনাইছো’, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘মহাৰাষ্ট্ৰৰ বাৰামতীৰ শোকাৱহ বিমান দুৰ্ঘটনাত শোকাহত। দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। গভীৰ শোকৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখ সহিব পৰাকৈ শক্তি আৰু সাহসৰ বাবে প্ৰাৰ্থনা জনাইছো।’

"महाराष्ट्रातील बारामती येथे झालेल्या दुर्दैवी विमान अपघातामुळे मी अत्यंत दुःखी आहे. या अपघातात आपल्या प्रियजनांना गमावलेल्या सर्वांच्या दुःखात मी सहभागी आहे. या दुःखाच्या क्षणी शोकाकुल कुटुंबांना शक्ती आणि धैर्य मिळो, ही प्रार्थना करतो."

***

MJPS/VJ/HS


(रिलीज़ आईडी: 2219498) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam