গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ বালাচাহেব থাকৰেৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বালাচাহেব থাকৰেই ৰাষ্ট্ৰ, ধৰ্ম আৰু আত্মসন্মান ৰক্ষাৰ বাবে উৎসৰ্গা কৰিছিল সমগ্ৰ জীৱন
বালাচাহেবে কেতিয়াও কোনো পৰিস্থিতিত নিজৰ নীতিৰ সৈতে আপোচ কৰা নাছিল আৰু কেৱল মহাৰাষ্ট্ৰতে নহয়, সমগ্ৰ দেশতে দেশপ্ৰেমিকসকলে তেওঁক সদায় ভাল পাই থাকিব
प्रविष्टि तिथि:
23 JAN 2026 12:05PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বালাচাহেব থাকৰেৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত দিয়া এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বালাচাহেব থাকৰেই তেওঁৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰ, ধৰ্ম আৰু আত্মসন্মান ৰক্ষাৰ হকে উৎসৰ্গা কৰিছিল। বালাচাহেবে কেতিয়াও কোনো পৰিস্থিতিত নিজৰ নীতিৰ সৈতে আপোচ কৰা নাছিল আৰু কেৱল মহাৰাষ্ট্ৰতে নহয়, সমগ্ৰ দেশতে দেশপ্ৰেমিকসকলে তেওঁক সদায় ভাল পাই থাকিব। বালাচাহেব থাকৰেৰ জয়ন্তী উপলক্ষে মই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
***
RK / RR / PS / SK / DD
(रिलीज़ आईडी: 2217686)
आगंतुक पटल : 3