গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে মহিলা শিক্ষা আৰু সমাজ সংস্কাৰৰ পথ প্ৰদৰ্শক সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

সাবিত্ৰীবাই ফুলেই শিক্ষাৰ মৌলিক অধিকাৰৰ সৈতে সংযোগ কৰি নাৰী সবলীকৰণৰ এক নতুন দিশ দিলে

সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে যুঁজি তেওঁ দেশৰ প্ৰথমখন বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰি সমাজ সংস্কাৰৰ শিখা প্ৰজ্বলন কৰে

সাবিত্ৰীবাই ফুলেৰ প্ৰেৰণাদায়ক জীৱন সদায় ৰাষ্ট্ৰ নিৰ্মাণৰ পথ প্ৰদৰ্শনকাৰী আলোক হৈ থাকিব

प्रविष्टि तिथि: 03 JAN 2026 11:31AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মহিলা শিক্ষা আৰু সমাজ সংস্কাৰৰ পথ প্ৰদৰ্শক সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 ‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সাবিত্ৰীবাই ফুলেই মহিলাসকলক শিক্ষাৰ মৌলিক অধিকাৰৰ সৈতে সংযোগ কৰি নাৰী সৱলীকৰণৰ এক নতুন দিশ দিলে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে যুঁজিছিল, দেশৰ প্ৰথমখন বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু সমাজ সংস্কাৰৰ শিখা প্ৰজ্বলন কৰিছিল। শ্ৰী শ্বাহে কয় যে সাবিত্ৰীবাই ফুলেৰ প্ৰেৰণাদায়ক জীৱন সদায় ৰাষ্ট্ৰ নিৰ্মাণৰ পথ প্ৰদৰ্শনকাৰী আলোক হৈ থাকিব।

 

***

RK / RR / PS/ KD


(रिलीज़ आईडी: 2211392) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam