প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী পি জি বৰুৱাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 15 DEC 2025 9:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দি আছাম ট্ৰিবিউনৰ সম্পাদক তথা পৰিচালন সঞ্চালক শ্ৰী পি জি বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

 

এক্স-ত এটা পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

 

"দি আছাম ট্ৰিবিউনৰ সম্পাদক আৰু পৰিচালন সঞ্চালক শ্ৰী পি জি বৰুৱা জীৰ মৃত্যুত মৰ্মাহত হৈছো। সংবাদ মাধ্যমৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক স্মৰণীয় হৈ ৰ’ব। তেওঁ অসমৰ প্ৰগতি আৰু ৰাজ্যখনৰ সংস্কৃতিক জনপ্ৰিয় কৰাৰ প্ৰতিও আগ্ৰহী আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো। ওম শান্তি।"

 

"দি আছাম ট্ৰিবিউন গ্ৰুপৰ সম্পাদক তথা পৰিচালন সঞ্চালক শ্ৰী পি জি বৰুৱা দেৱৰ বিয়োগত মৰ্মাহত হৈছো। সংবাদ মাধ্যমৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। অসমৰ প্ৰগতিক আগুৱাই নিয়াৰ লগতে ৰাজ্যৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ প্ৰতিও তেওঁ উৎসাহী আছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো। ঔম শান্তি।"

 

***

MJPS/SR/HS


 


(ৰিলিজ আই ডি : 2203918) অতিথি কক্ষ : 50