গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্বহীদ দিৱসত অসম আন্দোলনৰ সময়ত অসমৰ জনসাধাৰণৰ ত্যাগৰ কথা স্মৰণ কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

তেওঁলোকে প্রতিকূলতাৰ সন্মুখীন হৈছিল আৰু দেশপ্ৰেমৰ এক অতুলনীয় উদাহৰণ সৃষ্টি কৰি অসমৰ ইতিহাস গঢ় দিছিল

মোদী জীৰ নেতৃত্বত এন ডি এ চৰকাৰে তেওঁলোকৰ আকাংক্ষা পূৰণ হোৱাটো নিশ্চিত কৰিছে আৰু ৰাজ্যখনক শান্তি, প্ৰগতি আৰু বিকাশৰ পথত নেতৃত্ব দিছে

प्रविष्टि तिथि: 10 DEC 2025 2:39PM by PIB Guwahati

শ্বহীদ দিৱসত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অসম আন্দোলনৰ সময়ত অসমৰ জনসাধাৰণৰ ত্যাগক স্মৰণ কৰে।

এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘শ্বহীদ দিৱসত অসম আন্দোলনৰ সময়ত অসমৰ জনসাধাৰণৰ ত্যাগক স্মৰণ কৰিছো। তেওঁলোকে প্রতিকূলতাৰ সন্মুখীন হৈছিল আৰু দেশপ্ৰেমৰ এক অতুলনীয় উদাহৰণ সৃষ্টি কৰি অসমৰ ইতিহাস গঢ় দিছিল। মোদী জীৰ নেতৃত্বত এন ডি এ চৰকাৰে তেওঁলোকৰ আকাংক্ষা পূৰণ হোৱাটো নিশ্চিত কৰিছে আৰু ৰাজ্যখনক শান্তি, প্ৰগতি আৰু বিকাশৰ পথত নেতৃত্ব দিছে।’

****

RK/PR/PS/HS


(रिलीज़ आईडी: 2201469) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati , Telugu , Kannada