প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক ছহিদ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
25 NOV 2025 9:56AM by PIB Guwahati
শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক ছহিদ দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ অতুলনীয় সাহস আৰু সৰ্বোচ্চ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে বিশ্বাস আৰু মানৱতাৰ সুৰক্ষাৰ বাবে গুৰু টেগ বাহাদুৰ জীৰ বলিদানে আমাৰ সমাজক চিৰদিনৰ বাবে আলোকিত কৰি ৰাখিব।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
‘শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক ছহিদ দিৱসত, আমি তেওঁৰ অতুলনীয় সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। বিশ্বাস আৰু মানৱতাৰ সুৰক্ষাৰ বাবে তেওঁৰ বলিদানে আমাৰ সমাজক চিৰদিনৰ বাবে আলোকিত কৰি ৰাখিব।’
“ਸ੍ਰੀ ਗੁਰੂ ਤੇਗ ਬਹਾਦਰ ਜੀ ਦੇ 350ਵੇਂ ਸ਼ਹੀਦੀ ਦਿਵਸ 'ਤੇ, ਅਸੀਂ ਉਨ੍ਹਾਂ ਦੀ ਬੇਮਿਸਾਲ ਹਿੰਮਤ ਅਤੇ ਕੁਰਬਾਨੀ ਨੂੰ ਨਮਨ ਕਰਦੇ ਹਾਂ। ਧਰਮ ਅਤੇ ਮਨੁੱਖਤਾ ਦੀ ਰੱਖਿਆ ਲਈ ਉਨ੍ਹਾਂ ਦੀ ਸ਼ਹਾਦਤ ਸਾਡੇ ਸਮਾਜ ਨੂੰ ਹਮੇਸ਼ਾ ਰੌਸ਼ਨ ਕਰੇਗੀ।"
***
MJPS/SR/MK
(ৰিলিজ আই ডি : 2193965)
অতিথি কক্ষ : 29
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam