প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাশী সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ বিজয়ী আৰু অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
21 NOV 2025 2:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ সকলো বিজয়ী আৰু অংশগ্ৰহণকাৰীক তেওঁৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
শ্ৰী মোদীয়ে কয় যে যুৱ অংশগ্ৰহণকাৰীসকলে প্ৰদৰ্শন কৰা শক্তি আৰু উৎসাহ সঁচাকৈয়ে উল্লেখযোগ্য। তেওঁ লগতে কয় যে তেওঁলোকে ব্যতিক্ৰমী সামৰ্থ্য আৰু দক্ষতা প্ৰদৰ্শন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘কাশী সাংসদ ক্ৰীড়া সমাৰোহৰ সকলো বিজয়ী আৰু অংশগ্ৰহণকাৰীক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা! যুৱ অংশগ্ৰহণকাৰীসকলৰ উৎসাহ আৰু উদ্যম আছিল বিস্ময়কৰ। তেওঁলোকে নিজৰ সামৰ্থ্য আৰু দক্ষতা সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে।’
********
MJPS/ST/DD
(ৰিলিজ আই ডি : 2192466)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam