প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ-টি৪৬ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰা প্ৰমোদক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 24 OCT 2023 8:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ-টি৪৬ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে প্ৰমোদক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

"পুৰুষৰ ১৫০০ মিটাৰ-টি৪৬ ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰমোদক অভিনন্দন জনাইছো। এয়া আছিল এক ব্যতিক্ৰমী আৰু অনুপ্ৰেৰণাদায়ক প্ৰদৰ্শন"।


(ৰিলিজ আই ডি : 2190753) অতিথি কক্ষ : 24