প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডৰ চামোলিত সংঘটিত বিদ্যুৎ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
19 JUL 2023 4:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ চামোলিত সংঘটিত বিদ্যুৎ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰি আছে বুলি জানিবলৈ দিয়ে।
এটা টুইটত, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয়;
"অত্যন্ত যন্ত্ৰণাদায়ক! উত্তৰাখণ্ডৰ চমোলিত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে মই অতিশয় শোকাহত। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে: প্ৰধানমন্ত্ৰী @narendramodi"
(रिलीज़ आईडी: 2190705)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam