প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউ এ ইৰ আবুধাবিত উপস্থিত প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
15 JUL 2023 12:57PM by PIB Guwahati
২০২৩ চনৰ ১৫ জুলাইৰ পুৱা আবুধাবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী।
বিশেষ ভংগীমাৰে প্ৰধানমন্ত্ৰীক বিমানবন্দৰত আবুধাবিৰ ক্ৰাউন প্ৰিন্স প্ৰধানমন্ত্ৰী শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোডীক আনুষ্ঠানিক আদৰণি আৰু গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।
(रिलीज़ आईडी: 2190696)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam