প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তামিলনাডুৰ গৌৰৱময় সংস্কৃতিক লৈ সমগ্ৰ ৰাষ্ট্ৰখনে গৌৰৱ কৰে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
27 MAY 2023 11:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তামিলনাডুৰ গৌৰৱময় সংস্কৃতিক লৈ সমগ্ৰ ৰাষ্ট্ৰখনে গৌৰৱ অনুভৱ কৰে। তেওঁ প্ৰবীণ অভিনেতা ৰজনীকান্তৰ টুইটৰ প্ৰতি সঁহাৰি জনাইছিল য’ত অভিনেতাগৰাকীয়ে নতুন সংসদ ভৱনত জিলিকি উঠা চেংগোলৰ বিষয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
“தமிழ்நாட்டின் புகழ்பெற்ற கலாச்சாரத்தில் ஒட்டுமொத்த தேசமும் பெருமை கொள்கிறது. புதிய நாடாளுமன்றக் கட்டிடத்தில் இந்த தலைசிறந்த மாநிலத்தின் கலாச்சாரம் பெருமைக்குரிய இடத்தைப் பெறுவது உண்மையிலேயே மகிழ்ச்சி அளிக்கிறது. #MyParliamentMyPride”
(रिलीज़ आईडी: 2189114)
आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam