প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দিল্লীত হোৱা বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ, গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ সৈতে কৰিলে পৰিস্থিতিৰ পৰ্যালোচনা
प्रविष्टि तिथि:
10 NOV 2025 10:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে।"আজি সন্ধিয়া দিল্লীত সংঘটিত বিস্ফোৰণত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ বাবে শোক প্ৰকাশ কৰিছো। আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰক। মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"আজি সন্ধিয়া দিল্লীত সংঘটিত বিস্ফোৰণত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা। আহতসকল সোনকালে সুস্থ হৈ উঠক। ক্ষতিগ্ৰস্তসকলক কৰ্তৃপক্ষই সহায় কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু অন্যান্য বিষয়াৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰা হৈছে।"
@AmitShah
***
MJPS/VJ/DM
(रिलीज़ आईडी: 2188614)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam