প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঝাৰখণ্ডৰ ৰাজ্যপালে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীক

प्रविष्टि तिथि: 10 NOV 2025 6:43PM by PIB Guwahati

আজি নতুন দিল্লীত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ গংগৱাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি পোষ্ট কৰিছে:

“ঝাৰখণ্ডৰ ৰাজ্যপাল  শ্ৰী সন্তোষ গংগৱাৰ  @santoshgangwar-এ প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদী @narendramodi ক সাক্ষাৎ কৰে।”

@jhar_governor

 

***

MJPS/VJ


(रिलीज़ आईडी: 2188610) आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam