প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী সুনীল ওজাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 29 NOV 2023 10:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৱনগৰৰ প্ৰাক্তন বিধায়ক শ্ৰী সুনীল ওজাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় জনতা পাৰ্টী আৰু সমাজ সেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত তেওঁৰ প্ৰশংসনীয় কামকো স্মৰণ কৰে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰিছেঃ

"ભાવનગરના ભૂતપૂર્વ ધારાસભ્ય સુનિલભાઈ ઓઝાના નિધનના સમાચાર આઘાતજનક છે.

ભારતીય જનતા પાર્ટીના સંગઠનના વિસ્તારમાં અને સમાજ સેવા ક્ષેત્રે એમનું યોગદાન સદાય યાદ રહેશે. વારાણસીમાં પણ સુનિલભાઈનું સંગઠનાત્મક કાર્ય સરાહનીય રહ્યું છે.

પ્રભુ તેમના દિવ્ય આત્માને શાંતિ અર્પે તથા પરિવારજનોને આ દુઃખ સહન કરવાની શક્તિ આપે એ જ પ્રાર્થના…

ૐ શાંતિ….!!"

***

DS/DD


(ৰিলিজ আই ডি : 2186932) অতিথি কক্ষ : 16