ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰে
प्रविष्टि तिथि:
31 OCT 2025 9:52AM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (৩১ অক্টোবৰ, ২০২৫) ৰাষ্ট্ৰপতি ভৱনত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে তেওঁলৈ পুষ্পাঞ্জলি অর্পণ কৰে। ইয়াৰ পূৰ্বে তেওঁ নতুন দিল্লীৰ চৰ্দাৰ পেটেল চ’কলৈ গৈ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।



***
MJPS/SR/KD
(रिलीज़ आईडी: 2184509)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam