প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে হানুক্কাৰ শুভেচ্ছা জনায়
प्रविष्टि तिथि:
07 DEC 2023 7:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত তথা বিশ্বৰ ইহুদী লোকসকললৈ হানুক্কাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ এই প’ষ্টটোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক টেগ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"হানুক্কা চামেচ! হানুক্কা উপলক্ষে ভাৰত আৰু বিশ্বৰ আমাৰ ইহুদী বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই উৎসৱে সকলোৰে জীৱনলৈ শান্তি, আশা আৰু উজ্জ্বলতাৰ সঞ্চাৰ কৰক। @netanyahu"
***
Dhiraj Singh / Siddhant Tiwari/SB
(रिलीज़ आईडी: 2183561)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam