প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকক ভাৰতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়

Posted On: 19 OCT 2025 10:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক এই উৎসৱ উপলক্ষে ভাৰতীয় সামগ্ৰী ক্ৰয় কৰি ১৪০ কোটি ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম, সৃজনশীলতা আৰু উদ্ভাৱনক উদযাপন কৰিবলৈ আহ্বান জনাইছে। "আমি ভাৰতীয় সামগ্ৰী ক্ৰয় কৰো আৰু কওঁ- গৰ্ৱ ছে কাহো য়ে স্বদেশী হাই! আপুনি ক্ৰয় কৰা সামগ্ৰীবোৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। এইদৰে আপুনি আনকো অনুপ্ৰাণিত কৰিব", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

"১৪০ কোটি ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম, সৃজনশীলতা আৰু উদ্ভাৱনক উদযাপন কৰি এই উৎসৱৰ বতৰত আমি উদযাপন কৰো আহক।

আহক আমি ভাৰতীয় সামগ্ৰী ক্ৰয় কৰো আৰু কওঁ- গৰ্ৱ ছে কাহো য়ে স্বদেশী হাই!

আপুনি ক্ৰয় কৰা সামগ্ৰীবোৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক।  

MJPS/VJ

 


(Release ID: 2182781) Visitor Counter : 4